అర్థం : * শক্তি বা বলৰ দ্বাৰা নিজৰ অধিকাৰলৈ অনা
ఉదాహరణ :
সেনাই দুর্গটোক অধীন কৰিলে
పర్యాయపదాలు : অধিকাৰলৈ অনা, কাবু কৰা
అర్థం : কাৰোবাক নিজৰ বশলৈ অনা
ఉదాహరణ :
ইংৰাজসকলে পোনপ্রথমে ভাৰতৰ সৰু সৰু ৰাজ্যবোৰক নিজৰ অধীন কৰিছিল
పర్యాయపదాలు : আজ্ঞাবাহী কৰা, বশ কৰা, বশীভূত কৰা, বশৱর্তী কৰা
అర్థం : দায়িত্ব দিয়া বা কাৰোবাৰ জিম্মাত ৰখা
ఉదాహరణ :
মই এই কামটো আপোনাক অর্পণ কৰিছোঁ
పర్యాయపదాలు : অর্পণ ্কৰা