పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి অধিকাৰী అనే పదం యొక్క అర్థం.

অধিকাৰী   বিশেষ্য

అర్థం : যাৰ হাতত অধিকাৰ বা ক্ষমতা আছে

ఉదాహరణ : ইংৰাজ অধিকাৰী সকলে গোলাম ভাৰতীয় সকলৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল

అర్థం : হক বা অধিকাৰ সাব্যস্ত কৰা ব্যক্তি

ఉదాహరణ : এই সম্পত্তিখিনিৰ চাৰিজন দাবীদাৰে নিজৰ মাজতে কাজিয়া কৰিলে

పర్యాయపదాలు : দাবীদাৰ

అర్థం : কোনো ঘৰ, দল বা সমাজ আদিৰ মুখ্য ব্যক্তি

ఉదాహరణ : অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্রধান আছিল

పర్యాయపదాలు : অধিপতি, গুৰি ধৰোতা, প্রধান, মুখিয়াল, মুৰব্বী, সর্বেসর্বা

অধিকাৰী   বিশেষণ

అర్థం : যাক অধিকাৰ দিয়া হৈছে বা যাৰ কোনো কাম কৰাৰ বা পোৱাৰ অধিকাৰ আছে

ఉదాహరణ : আইতাৰ উইলনামা অনুসৰি ৰামেই এই ঘৰটোৰ অধিকাৰী

పర్యాయపదాలు : হকদাৰ