పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి অধিকাৰ అనే పదం యొక్క అర్థం.

অধিকাৰ   বিশেষ্য

అర్థం : কোনো বস্তু বা সম্পত্তি আদিৰ ওপৰত বলপূর্বক ্ভাবে আৰোপ কৰা প্রভুত্ব

ఉదాహరణ : সৈনিকে কিল্লাটো নিজৰ অধিকাৰত আনিলে

అర్థం : যিহৰ আধাৰত কোনো বস্তু নিজৰ ওচৰত ৰখা অথবা কাৰোবাৰ পৰা লোৱা বা খুজিব পৰা যায়

ఉదాహరణ : এই সম্পত্তিৰ ওপৰত সীতাৰো অধিকাৰ আছে

పర్యాయపదాలు : দখল, স্বত্ব, হক

అర్థం : অধিপতি হোৱা অৱস্থা বা ভাব

ఉదాహరణ : প্রথমতে ভাৰতত বিদেশীৰ আধিপত্য আছিল

పర్యాయపదాలు : আধিপত্য, প্রভুত্ব, শাসনাধিকাৰ

అర్థం : কোনোৱে কিবা কৰিব পৰাৰ যোগ্যতা

ఉదాహరణ : কিছুমান মানুহে নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰে

పర్యాయపదాలు : শক্তি