సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি বৰ উগ্র আৰু প্রবল
ఉదాహరణ : লংকা যুদ্ধৰ জৰিয়তে বান্দৰ সেনাই অদম্য সাহসৰ পৰিচয় দিলে
పర్యాయపదాలు : অদমনীয়, অদম্য, দুর্দমনীয়, দুর্দম্য, দুর্দান্ত, ্ দুর্দম
అర్థం : যাক জয় কৰিব নোৱাৰি
ఉదాహరణ : মৃত্যু অপৰাজেয়
పర్యాయపదాలు : অজেয়, অদমনীয়, অদম্য, অপৰাজিত, অপৰাজেয়, অপৰাভূত, দুষ্পৰাজেয়, দুৰাক্রম্য
ఆప్ స్థాపించండి