అర్థం : অত্যন্ত সৰু অংশ বা টুকুৰা
ఉదాహరణ :
ভগৱান প্রতিটো অণু-পৰমাণুতে ব্যাপি আছে
పర్యాయపదాలు : অণু-পৰমাণু, কণ, কণা
అర్థం : কোনো তত্ত্ব বা যৌগৰ মৌলিক তথা গঠনাত্মক একক
ఉదాహరణ :
অনুবীক্ষণৰ দ্বাৰাহে অণুক দেখা যায়
పర్యాయపదాలు : মলিক্যুল