సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিটো জ্ঞাত নহয়
ఉదాహరణ : এইটো মোৰ অজ্ঞাত বিষয় কোনো অপৰিচিত ব্যক্তিয়ে তেওঁক ্ সদায় ফোনত ধমকি দিয়ে
పర్యాయపదాలు : অচিন, অচিন-অজান, অচিনা-অজনা, অচিনা-আবৈয়া, অচিনাকি, অজান, অজানা, অপৰিচিত, নজনা-নুশুনা
అర్థం : যিটো লুকুৱাই থোৱা হৈছে
ఉదాహరణ : তেওঁ এই বিষয়ৰ লগত সম্বন্ধিত এটা গোপনীয় কথা কʼলে
పర్యాయపదాలు : অপ্রকাশ্য, গুপ্ত, গুহ্য, গোপন, গোপনীয়, চাপাচী, নিগূঢ়, প্রচ্ছন্ন, লুক্কায়িত
ఆప్ స్థాపించండి