పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి অঙ্ক అనే పదం యొక్క అర్థం.

অঙ্ক   বিশেষ্য

అర్థం : সংখ্যা, পৰিমাণ আদি নিশ্চিত কৰা উপায়ৰ নিয়ম থকা শাস্ত্র

ఉదాహరణ : ৰামানুজন গণিতৰ সুপ্রসিদ্ধ পণ্ডিত আছিল

పర్యాయపదాలు : অংক, অংকশাস্ত্র, অঙ্কশাস্ত্র, গণিত, গণিত শাস্ত্র, গণিতশাস্ত্র

అర్థం : কোনো শিশু আদি দাঙি লৈ দুই হাতে সাবটি নিজৰ পেট, বুকু আদিত লগাই লোৱা শাৰীৰিক অৱস্থা

ఉదాహరణ : মাকে শিশুটোক কোলাত লৈ আহাৰ খুৱাই আছে

పర్యాయపదాలు : অংক, অংকতল অংকদেশ, উৎসঙ্গ, কোল, কোলা, ক্রোৰ

అర్థం : শূন্যৰ পৰা নলৈকে সংখ্যা

ఉదాహరణ : তিনিটা অংকৰ সকলোতকৈ সৰু সংখ্যাটো হৈছে এশ

పర్యాయపదాలు : অংক

అర్థం : কোনো পৰীক্ষা বা প্রতিযোগিতাত পোৱা এক সংখ্যা বিশেষ যাৰ যোগেদি প্রতিযোগী বা পৰীক্ষার্থীৰ শ্রেষ্ঠতা বিষয়ে জানিব পাৰি

ఉదాహరణ : তেওঁ বছৰেকীয়া পৰীক্ষাত চাৰিশ নম্বৰৰ ভিতৰত তিনিশ নম্বৰ লাভ কৰিলে

పర్యాయపదాలు : অংক, নম্বৰ

అర్థం : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট

ఉదాహరణ : এক কোটি বহুত ডাঙৰ সংখ্যা

పర్యాయపదాలు : অংক, সংখ্যা, ৰাশি

అర్థం : সংখ্যাৰ চিহ্ন

ఉదాహరణ : ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক

పర్యాయపదాలు : অংক, সংখ্যা