పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి অগ্রাহ্য అనే పదం యొక్క అర్థం.

অগ্রাহ্য   বিশেষ্য

అర్థం : স্বীকাৰ নকৰাৰ ভাব বা কার্য

ఉదాహరణ : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে

పర్యాయపదాలు : অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান, মানা

అర్థం : কাৰোবাৰ আজ্ঞা বা কথা নমনা কার্য ্বা ভাব

ఉదాహరణ : ডাঙৰৰ আদেশ অৱজ্ঞা কৰিব নাপায় বুলি আমাক সৰুৰে পৰাই শিকোৱা হয়

పర్యాయపదాలు : অনাদৰ, অৱজ্ঞা, অৱহেলা, আওকাণ, আওহেলা, উপেক্ষা, হেলা, হেলা-ওটা

অগ্রাহ্য   বিশেষণ

అర్థం : যিটো লোৱা বা গ্রহণ কৰাৰ বাবে যোগ্য নহয়

ఉదాహరణ : তিৰস্কাৰ কৰি দিয়া যি কোনো বস্তুৱেই অগ্রহণীয়

పర్యాయపదాలు : অগ্রহণীয়