అర్థం : পেটৰ ভিতৰৰ আমাশয়ৰ পিছফালে ওলমি থকা একধৰণৰ ডাঙৰ আৰু দীঘলীয়া আকাৰৰ গ্রন্থি বিশেষ
ఉదాహరణ :
অগ্ন্যাশয়ৰ পৰা পাচক ৰসৰ নিঃসৰণ হয়
అర్థం : শৰীৰৰ আমাশয়ৰ পিছফালে থকা দীঘলীয়া গ্রন্থি, যʼৰ পৰা পাচক ৰস আৰু ইনচুলিন ওলায়
ఉదాహరణ :
অগ্ন্যাশয়ৰ পৰা ওলোৱা পাচক ৰসে পাচনত সহায় কৰে
పర్యాయపదాలు : অগ্নাশয়, ক্লোম, পাচনগ্রন্থি