సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যাৰ ভঞ্জন হোৱা নাই বা যি ভঙা নাই
ఉదాహరణ : সীতা সয়ম্বৰত ভগৱান ৰামে অভঞ্জিত ধনুখন ভাঙি দিলে
పర్యాయపదాలు : অখণ্ডিত, অভঞ্জিত, খণ্ডহীন
అర్థం : যাৰ ক্ষতি হোৱা নাই বা যি আহত হোৱা নাই
ఉదాహరణ : গাড়ী ্ দুর্ঘটনাটোত সৌভাগ্যবশতঃ সকলো মানুহেই অক্ষত অৱস্থাত বাচিল
పర్యాయపదాలు : অনাহত, আহত নোহোৱা-, ক্ষতিহীন
ఆప్ స్థాపించండి