సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : অকলে থকা বা মানুহৰ সৈতে মিলামিছা নকৰা ব্যক্তি
ఉదాహరణ : তেওঁ অকলশৰীয়া
అర్థం : অকলে হোৱা দশা বা ভাৱ
ఉదాహరణ : মোৰ মন অকলশৰীয়া ভাৱেৰে ভৰি পৰিছে
పర్యాయపదాలు : শূন্যতা
అర్థం : নিজান ঠাইত থকা বা বসবাস কৰোতা
ఉదాహరణ : অকলশৰীয়া ঋষিজনৰ কুটিৰটো সেই পাহাৰটোত আছে
పర్యాయపదాలు : একাকিন
అర్థం : যাৰ লগত কোনো নাই বা নাথাকে
ఉదాహరణ : তেওঁ অকলশৰীয়া জীৱন কটাই আছে
పర్యాయపదాలు : অকলকতীয়া, একাকী, নিমূৰ-মূৰা, নিসংগ
అర్థం : বেলেগৰ পৰা অকলে থকা
ఉదాహరణ : তেওঁ ভীৰতো অকলশৰীয়া আছিল
పర్యాయపదాలు : নিসংগ
ఆప్ స్థాపించండి