పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి অংশ అనే పదం యొక్క అర్థం.

অংশ   বিশেষ্য

అర్థం : সমষ্টি বা সমূহৰ কোনো অংশ

ఉదాహరణ : ইয়াৰ মাজ ভাগ কিছু শকত

పర్యాయపదాలు : ভাগ

అర్థం : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়

ఉదాహరణ : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা

పర్యాయపదాలు : অংগ, খণ্ড, টুকুৰা, বিভাগ, ভাগ

అర్థం : কোনো সম্পত্তি বা তাৰ পৰা হোৱা আয়ৰ ভাগ বা অংশ

ఉదాహరణ : তেওঁ ্মোৰ অংশখিনিও ্হেঁচি থলে ইয়াত মোৰো ভাগ আছে

పర్యాయపదాలు : ভাগ

అర్థం : যন্ত্র আদিৰ কোনো অংগ বা অংশ

ఉదాహరణ : এই যন্ত্রটোৰ কেইবাটাও যন্ত্রাংশ বেয়া

పర్యాయపదాలు : পার্ট, যন্ত্রাংশ

అర్థం : কোনো বস্তুৰ বিষয়ৰ ্অন্তর্গত ্এটা বিষয় যাৰ পৃথকে পৃথকে বিচাৰ কৰিব পৰা যায় বা বিচাৰ কৰাৰ প্রয়োজন আছে

ఉదాహరణ : ভাৰতীয় ্অর্থব্যৱস্থাৰ বিভিন্ন দিশত ভালদৰে বিচাৰ বিবেচনা হোৱাটো আৱশ্যক

పర్యాయపదాలు : দিশ, পক্ষ, বিভাগ

అర్థం : ভাগ-বাটোৱাৰাত লাভ কৰা অংশ

ఉదాహరణ : মই নিজৰ অংশটোও ভাইটিটোক দি দিলোঁ

పర్యాయపదాలు : ভাগ

అర్థం : কোনো বস্তু বা শৰীৰৰ ্সোঁফাল বা বাওঁ্ফালৰ ভাগ

ఉదాహరణ : আপোনাৰ কোন ফালে বিষ হৈ আছে অর্ধ্্নাৰীশ্বৰৰ এটা অংশ স্ত্রী তথা আনটো অংশ পুৰুষৰ

పర్యాయపదాలు : দিশ, ফাল