అర్థం : কাৰোবাৰ পৰিচয়ৰ কাৰণে দিয়া বা বলবৎ কৰা সংখ্যা বা সংখ্যাৰ সমূহ
ఉదాహరణ :
খেলুৱৈ সকলৰ কাৰণে বেলেগ-বেলেগ সংখ্যা নির্ধাৰণ কৰা হৈছে
పర్యాయపదాలు : সংখ্যা
అర్థం : সংখ্যা, পৰিমাণ আদি নিশ্চিত কৰা উপায়ৰ নিয়ম থকা শাস্ত্র
ఉదాహరణ :
ৰামানুজন গণিতৰ সুপ্রসিদ্ধ পণ্ডিত আছিল
పర్యాయపదాలు : অংকশাস্ত্র, অঙ্ক, অঙ্কশাস্ত্র, গণিত, গণিত শাস্ত্র, গণিতশাস্ত্র
అర్థం : সংখ্যাৰ যোগ-বিয়োগ, পূৰণ-হৰণ আদি বিধিৰ ্ যʼত চর্চা কৰা হয়
ఉదాహరణ :
তেওঁ গণিতত বৰ চোকা
పర్యాయపదాలు : অংক শাস্ত্র, গণিত, গণিত শাস্ত্র
అర్థం : শূন্যৰ পৰা নলৈকে সংখ্যা
ఉదాహరణ :
তিনিটা অংকৰ সকলোতকৈ সৰু সংখ্যাটো হৈছে এশ
పర్యాయపదాలు : অঙ্ক