అర్థం : যি কাপোৰ, গহনা আদি ধাৰণ কৰি আছে
							ఉదాహరణ : 
							সজ্জিত মহিলাই মঞ্চত নৃত্য কৰি আছিল
							
పర్యాయపదాలు : ভূষিত
అర్థం : অলংকাৰ পিন্ধা বা যি ৰত্ন আদিৰে সুসজ্জিত
							ఉదాహరణ : 
							সমাৰোহত স্বর্ণাভূষণেৰে অলংকৃত মহিলাগৰাকীক সকলোৱে ৰ লাগি চাইছিল
							
పర్యాయపదాలు : অলংকাৰপূর্ণ, অলংকৃত, আভূষিত, বিভূষিত, ভূষিত
అర్థం : হাথিয়াৰ আদিৰে সাজু হোৱা
							ఉదాహరణ : 
							পুলিচে অবৈধ হাথিয়াৰেৰে সজ্জিত এজন ব্যক্তিক ধৰিলে
							
పర్యాయపదాలు : প্রস্তুত