సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : আনন্দদায়ক ধ্বনি
ఉదాహరణ : হিমালয়ৰ বুকুত বায়ুৰ সংগীতে হৃদয় চুই যায়
అర్థం : লয়, তাল, স্বৰ আদিৰ নিয়ম অনুযায়ী কোনো কথা আৰু বাদ্যৰ আকর্ষণীয় আৰু মনোৰঞ্জক ৰূপত কৰা উচ্চাৰণ বা ধ্বনি:সংগীত শুনিলে হৃদয় শাঁত পৰে
ఉదాహరణ :
అర్థం : গোৱা কার্য ্বা ভাব
ఉదాహరణ : আমি আজি পণ্ডিত যশৰাজৰ গীতৰ আনন্দ লʼম
పర్యాయపదాలు : কথা, গানবাজনা, গীত, গীতবাজনা, গীতবাদ্য, গীতমাত, গীতি, ধুন, পদ, বোল, সঙ্গীত
ఆప్ స్థాపించండి