అర్థం : যি শোকেৰে ভৰি আছে
							ఉదాహరణ : 
							কোনো মহান ব্যক্তিৰ মৃত্যু হোৱাৰ লগে-লগে গোটেই দেশৰে পৰিৱেশ শোকাকূল হৈ পৰে
							
పర్యాయపదాలు : শোকজর্জৰ, শোকজী্র্ণ, শোকদগ্ধ, শোকপূর্ণ, শোকসন্তপ্ত, শোকাকূল, শোকাতুৰ, শোকার্ত্ত, ্শোকগ্রস্ত, ্শোকজর্জৰিত, ্শোকব্যাকুল