అర్థం : শুই থকা কাৰোবাক অন্য কোনো ঠাইলৈ নি শুৱাই দিয়া
							ఉదాహరణ : 
							মাকে কোলাত শুই থকা কেঁচুৱাটোক বিছনাত শুৱালে
							
పర్యాయపదాలు : শুওৱা
అర్థం : আনক শোৱা কার্যত প্রবৃত্ত কৰা
							ఉదాహరణ : 
							ডাক্তৰে ৰোগীক পৰীক্ষা কৰাৰ কাৰণে বিচনাত শুৱাই দিলে