అర్థం : যʼত শিল আছে
							ఉదాహరణ : 
							মন্দিৰলৈ যোৱা এইটোৱেই একমাত্র শিলৰ পথ
							
పర్యాయపదాలు : অশ্বময়, প্রস্তৰ নির্মিত, প্রস্তৰময়, প্রাস্তৰিক, শিলৰ, শৈল, শৈলময়
అర్థం : যʼত শিল থাকে
							ఉదాహరణ : 
							মায়ে শিলযুক্ত চাউলবোৰ বাচি আছে  শিলাময় ভূমিত খোজকাঢ়ি থাকোতে ভৰিটো পিচলি গʼল
							
పర్యాయపదాలు : শিলযুক্ত
అర్థం : শিলৰ বা শিল সম্বন্ধীয়
							ఉదాహరణ : 
							শিলাময় ক্ষেত্রত খনন কৰা বৰ কঠিন