అర్థం : যিটো মুদ্রা লিখন যন্ত্রৰে লিখা বা মুদ্রিত কৰা হৈছে
							ఉదాహరణ : 
							টাইপ কৰা পত্রখন এবাৰ আপুনি পঢ়ি লওক
							
పర్యాయపదాలు : টাইপ কৰা
అర్థం : যাৰ মুদ্রণ কৰা হৈছে
							ఉదాహరణ : 
							এই কিতাপখন চৰকাৰী ছপাশালত মুদ্রিত
							
అర్థం : যʼত মুদ্রা বা মোহৰ লগোৱা হৈছে
							ఉదాహరణ : 
							বিষয়াজনে টাইপত মুদ্রিত কাগজৰ ওপৰত চহী কৰিলে
							
పర్యాయపదాలు : মুদ্রাংকিত, মুদ্রাঙ্কিত