అర్థం : কোনো কথা আদি ব্যক্ত কৰা কার্য
							ఉదాహరణ : 
							তেওঁ নিজৰ বিচাৰধাৰাক প্রকাশ কৰিলে
							
పర్యాయపదాలు : অভিব্যক্ত কৰা, অভিব্যক্তি কৰা, প্রকট কৰা
అర్థం : সুন্দৰ আৰু শৃংখলিতভাৱে উপস্থাপন কৰা কাৰ্য
							ఉదాహరణ : 
							তেখেতে নিজৰ অনুভূতিখিনি শব্দত ব্যক্ত কৰিলে
							
పర్యాయపదాలు : ব্যক্ত কৰা