అర్థం : নেপালৰ নিবাসী
							ఉదాహరణ : 
							তেওঁ এজন ্নেপালীক নিজৰ ঘৰৰ চোৱা-চিতাৰ কাৰণে ৰাখিছে
							
పర్యాయపదాలు : নেপাল বাসী, নেপাল-বাসী
అర్థం : নেপাল দেশৰ ভাষা
							ఉదాహరణ : 
							বন্যাই নেপালীত কিতাপ লিখি আছে
							
పర్యాయపదాలు : নেপালী ভাষা, নেপালী-ভাষা
అర్థం : নেপাল দেশৰ সৈতে সম্বন্ধ থকা
							ఉదాహరణ : 
							ৰমেশে নেপালী টুপি পিন্ধি আছে
							
అర్థం : নেপালী ভাষাৰ বা নেপালী ভাষাৰ সৈতে সম্বন্ধ থকা
							ఉదాహరణ : 
							তেওঁৰ ্নেপালী নাটকৰ এটা প্রতিলিপি মোৰ ওচৰতো আছে
							
అర్థం : নেপালত থকা বা বসতি কৰা
							ఉదాహరణ : 
							তেওঁ এজনী নেপালী ছোৱালী বিয়া কৰিলে