అర్థం : আনন্দত জঁপিওৱা-জঁপি কৰা
							ఉదాహరణ : 
							চাকৰি পোৱাৰ খবৰ পাই মনোহৰে নাচিবলৈ ধৰিলে
							
అర్థం : সংগীতৰ লগত তাল স্বৰ অনুযায়ী ভাব-ভঙ্গী দেখুৱাই জঁপিওৱা, ঘূৰা আৰু এই ধৰণৰ অন্য মুদ্রা দেখুওৱা কার্য
							ఉదాహరణ : 
							তেওঁ খুউব ভাল নাচিছিল
							
పర్యాయపదాలు : নর্তন ্ কৰা, নৃত্য কৰা