అర్థం : চৰ-চৰ শ্্ব্দ কৰি ভঙা কার্য
							ఉదాహరణ : 
							শ্যামে দুৰ্বল খাটখন চৰচৰা কৰি ভাঙিলে
							
పర్యాయపదాలు : চৰচৰ কৰি ভঙা
అర్థం : সাপ বা কোনো পোক-পতঙ্গ বগাই যোৱা কার্য
							ఉదాహరణ : 
							মোট সলাবৰ কাৰণে সাপটোৱে চৰচৰায় আছে
							
పర్యాయపదాలు : চৰ-চৰোৱা
అర్థం : চৰচৰ শ্্ব্দ কৰি ভাঙি যোৱা
							ఉదాహరణ : 
							গছৰ তলৰ পৰা আঁতৰি যোৱা, ডালটোৱে চৰচৰাই আছে