అర్థం : শিষ্ট ব্যৱহাৰেৰে বা ভালদৰে
							ఉదాహరణ : 
							তেওঁ ্মোৰ লগত কেতিয়াও চিধাকৈ কথা নাপাতে
							
అర్థం : বিচলিত নোহোৱাকৈ
							ఉదాహరణ : 
							তুমি মোক পোনপটীয়াকৈ আৰু শুদ্ধকৈ কোৱা কি হʼল ?
							
పర్యాయపదాలు : পোনপটীয়াকৈ
అర్థం : মধ্যস্থতা নোহোৱাকৈ
							ఉదాహరణ : 
							মই টকাৰ কাৰণে তেওঁৰ লগত চিধাকৈ কথা পাতিছিলো
							
పర్యాయపదాలు : পোনপটীয়াকৈ, পোনে-পোনে