అర్థం : কাৰোবাৰ পিছত যোৱা কার্য
							ఉదాహరణ : 
							লʼৰাটোৱে নিজৰ মাকক অনুসৰণ কৰি গৈ আছে
							
పర్యాయపదాలు : অনুগমন কৰা, পিছত যোৱা
అర్థం : কাৰোবাৰ কথা-ব্যৱহাৰ, অংগী-ভংগী আদি ঠিক সেইদৰেই ব্যৱহাৰ কৰা
							ఉదాహరణ : 
							শ্যামুৱে নিজৰ ককাদেউতাকৰ নকল কৰে
							
పర్యాయపదాలు : অনুকৰণ কৰা, নকল কৰা