అర్థం : উত্তম হোৱাৰ অৱস্থা
							ఉదాహరణ : 
							চৰিত্র ভালেই সকলো ভাল
							
పర్యాయపదాలు : উত্তমতা, উৎকৃষ্টতা, গুণযুক্ততা, ভাল
అర్థం : সকলোতকৈ শ্রেষ্ঠ বা মুখ্য হোৱাৰ অৱস্থা বা ভাব
							ఉదాహరణ : 
							শচীন টেণ্ডুলকাৰে এদিনীয়া ক্রিকেটত সর্বাধিক শতৰাণ কৰি ক্রিকেটৰ জগতত নিজৰ শ্রেষ্ঠতা প্রতিপন্ন কৰিলে
							
పర్యాయపదాలు : অগ্রতা, প্রাধান্যতা