అర్థం : লাহে লাহে অনুচিতভাৱে কাৰোবৰ ধ, সম্পত্তি আদি লৈ লোৱা কার্য
							ఉదాహరణ : 
							জমিদাৰে নিজৰ আৰামৰ কাৰণে দুখীয়াক শোষণ কৰিছিল
							
అర్థం : পানী আদি শুহি লোৱা কার্য
							ఉదాహరణ : 
							গছে পৃথিৱীৰ পৰা পানী আদি শোষণ কৰে
							
పర్యాయపదాలు : অৱশোষণ কৰা, শুহি লোৱা