అర్థం : বুলগেৰিয়াৰ অধিবাসী
							ఉదాహరణ : 
							চাৰিজন বুলগেৰিয়ানক ইৰাকলৈ পুনৰ মাতি পঠিওৱা হৈছে
							
అర్థం : বুলগেৰিয়াৰ লোকৰ ভাষা
							ఉదాహరణ : 
							সংযুক্তাই কম্পিউটাৰত বুলগেৰিয়ান শিকি আছে
							
పర్యాయపదాలు : বুলগেৰিয়া ভাষা
అర్థం : বুলগেৰিয়াৰ বা বুলগেৰিয়াৰ সৈতে সম্বন্ধ থকা
							ఉదాహరణ : 
							তেওঁ নিজৰ টকা-পইচা বুলগেৰিয়ান বেংকত জমা কৰিছে