అర్థం : ফলাফলৰ উদ্দেশ্যৰে কোনো বস্তুৰ ব্যৱহাৰ কৰা
							ఉదాహరణ : 
							কোটি টকাতকৈও অধিক পৰিপূৰক দাবী আৰু সেই সম্বন্ধীয় বিনিয়োগ বিধেয়কৰ অনুমোদন কৰা হৈছে
							
పర్యాయపదాలు : বিনিয়োজন
అర్థం : ব্যৱসায় বাণিজ্যত পুঁজি লগোৱা কার্য
							ఉదాహరణ : 
							তেওঁ নিজৰ উপার্জনৰ ্প্রায় পঞ্চাশ শতাংশ প্রতিবছৰে বিনিয়োগ কৰে
							
పర్యాయపదాలు : বিনিয়োজন
అర్థం : বিক্রয় বা দান আদিৰে সম্পত্তি আদিৰ কোনো অংশ আনক দিয়া কার্য
							ఉదాహరణ : 
							তেওঁ বিনিয়োগৰ কাৰণে উচিত ব্যক্তিৰ সন্ধান কৰি আছে
							
పర్యాయపదాలు : বিনিয়োজন
అర్థం : ব্যৱসায়, আয় আদিৰ উদ্দেশ্যে পুঁজি লগোৱা কৰা কার্য
							ఉదాహరణ : 
							লাখ টকাৰ পুঁজি বিনিয়োগ কৰাৰ পিছতো এই ব্যৱসায়ত লাভৰ মুখ দেখা নগʼল
							
పర్యాయపదాలు : পুঁজি বিনিয়োগ, পুঁজি-বিনিয়োগ
అర్థం : বৈদিক কৃত্যত হোৱা মন্ত্রৰ প্রয়োগ
							ఉదాహరణ : 
							মন্ত্র বিনিয়োগৰ পঞ্চ অংগ আছে
							
పర్యాయపదాలు : বিনিয়োজন