అర్థం : কোনো কথা বা বস্তু আদি পাবৰ কাৰণে কৰা ইচ্ছা
							ఉదాహరణ : 
							মোৰ কিবা খাবৰ মন গৈছে
							
పర్యాయపదాలు : অভিলাষ কৰা, ইচ্ছা কৰা, ইচ্ছা যোৱা, মন যোৱা
అర్థం : কোনো কথা বা কামত কৰা ইচ্ছা
							ఉదాహరణ : 
							মই আপোনাৰ পৰা আর্থিক সাহায্য বিচাৰিছোঁ  মই ভৱিষ্যতে সকলো ভাল হʼব বুলি আশা কৰিছোঁ
							
పర్యాయపదాలు : আশা কৰা
అర్థం : কোনো ব্যক্তি, বস্তু, ঠাই আদি কʼত আছে চোৱা
							ఉదాహరణ : 
							পুলিচে হত্যাকাৰীক বিচাৰি ফুৰিছে
							
పర్యాయపదాలు : অনুসন্ধান কৰা, অন্বেষণ কৰা