అర్థం : যোগ্যতা, বিশেষত্ব, সামর্থ্য, গুণ আদি জানিবৰ কাৰণে পৰিশোধন সম্বন্ধীয় কাম কৰা বা কোনো বিশেষ কাম কৰা
							ఉదాహరణ : 
							সোণাৰীজনে সোণৰ শুদ্ধতা পৰীক্ষা কৰি আছে
							
పర్యాయపదాలు : প্রমাণ কৰা, পৰীক্ষণ কৰা
అర్థం : শৰীৰত কোনো ৰোগ আছে নে নাই অথবা যদি আছে তাৰ কাৰণ জানিবৰ কাৰণে চিকিৎসকে চোৱা কার্য
							ఉదాహరణ : 
							চিকিৎসকে শুই থকা ৰোগীজনক পৰীক্ষা কৰিছে
							
అర్థం : বিশেষভাৱে কোনো ৰোগ আদিৰ কাৰণ জানিবৰ কাৰণে কোনো শাৰীৰিক পদার্থক কোনো যন্ত্র, ৰাসায়নিক প্রক্রিয়া আদিৰ সহায়ত চোৱা-চিতা কৰা কার্য
							ఉదాహరణ : 
							চিকিৎসকে গৱেষণাগাৰত তেজৰ পৰীক্ষা কৰিছে
							
అర్థం : কোনো কামৰ বাবে ব্যক্তি বা বস্তু আদি যোগ্য হয় নে নহয় বিচাৰ কৰি চোৱা:তেওঁ ্ মোৰ কামৰ বাবে উপযুক্ত হয় নে নহয় এই সৰু কামটোৰ দ্বাৰা মই পৰীক্ষা কৰিছো
							ఉదాహరణ : 
							
							
పర్యాయపదాలు : পৰখ কৰা