సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : পিছত ৰৈ যোৱা
ఉదాహరణ : অসুখৰ কাৰণে গৌৰৱ পঢ়াত বহুত পিছ পৰিল
పర్యాయపదాలు : পিছুওৱা
అర్థం : কাৰোবাৰ পিছে পিছে যোৱা ব্যক্তি বা যি পিছত আছে
ఉదాహరణ : দৌৰত পিছ পৰা লʼৰাবোৰক গালি পাৰিলে
పర్యాయపదాలు : পশ্চাদগামী, পশ্চাদৱর্ত্তী
అర్థం : কোনো গুণ আদিত অলপ পিছ পৰা
ఉదాహరణ : ৰাম পঢ়াত শ্যামতকৈ পিছ পৰা
ఆప్ స్థాపించండి