అర్థం : যিজন চৰকাৰী বিষয়াৰ সন্মুখত অপৰাধীৰ অভিযোগ আদিৰ বিচাৰ আৰু ৰায় দিয়াৰ কাৰণে হাজিৰ কৰা হয় আৰু যিজনে প্রশাসনিক কাম-কাজ আদিও কৰে
							ఉదాహరణ : 
							ন্যায়াধীশৰ অনুপস্থিতিৰ কাৰণে আজি শুনানী লʼব পৰা নগʼল
							
పర్యాయపదాలు : দণ্ডাধীশ, মেজিষ্ট্রেট