అర్థం : আদালতত দোষী আৰু নির্দোষী বা অধিকাৰী আৰু অনধিকাৰী আদিৰ বিচাৰপূর্বক নি্র্ধাৰণ
							ఉదాహరణ : 
							আধুনিক যুগত ন্যায়ও বিক্রী হয়
							
పర్యాయపదాలు : ন্যায়-বিচাৰ
అర్థం : ছয় দর্শনৰ ভিতৰত এক ্দর্শন ্বা যি শাস্ত্রত কোনো বস্তুৰ যথার্থ ্জ্ঞানৰ বাবে মত বা বিচাৰৰ উচিত বিবেচন হয়
							ఉదాహరణ : 
							পণ্ডিত ৰমাশঙ্কৰ ন্যায়ৰ বৰ ডাঙৰ জ্ঞাতা আছিল
							
పర్యాయపదాలు : ন্যায় দর্শন, ন্যায়-দর্শন, ন্যায়দর্শন, ন্যায়শাস্ত্র
అర్థం : যি কথা উচিত বা নিয়মৰ অনুকূলে হয়
							ఉదాహరణ : 
							ভগৱানে ইমান ন্যায়পৰায়ণ মানুহজনৰ লগতো ন্যায় নকৰিলে