సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো সংস্থা আদিৰ প্রধান বিষয়া
ఉదాహరణ : এই সংস্থাটোৰ নির্দেশকজন এজন বিদ্বান ব্যক্তি
అర్థం : কোনো চিনেমা, নাটক আদিত থকা চৰিত্র সমূহৰ বেশভূষা, ভূমিকা বা আচৰণ আৰু দৃশ্যৰ স্বৰূপ আদি নিশ্চিত কৰা বিষয়া
ఉదాహరణ : এই চিনেমাখনৰ নির্দেশক সুভাষ ঘাই
పర్యాయపదాలు : ডাইৰেক্টৰ, ডিৰেক্টৰ
అర్థం : যিয়ে কোনো ধৰণৰ নির্দেশ দিয়ে বা কিবা কথা কয়
ఉదాహరణ : আমি এই কামটো এজন অভিজ্ঞ নির্দেশকৰ পথনির্দে্শনাত কৰি আছোঁ
ఆప్ స్థాపించండి