అర్థం : স্ত্রী-সম্ভোগ আৰু সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুওৱা পুৰুষৰ মাজত হোৱা এক ধৰণৰ ৰোগ
							ఉదాహరణ : 
							মোহনলাল দুর্ঘ্্টনাৰ পিছত নপুংসকতাৰ বলি হʼল
							
పర్యాయపదాలు : পুৰুষত্বহীনতা, পৌৰুষহীনতা
అర్థం : নপুংসক হোৱাৰ অৱস্থা বা ভাব
							ఉదాహరణ : 
							শিখণ্ডীৰ নপুংসকতা গুণসম্পন্ন আছিল
							
పర్యాయపదాలు : ক্লীৱত্ব, পৌৰুষহীনতা