అర్థం : জনসাধাৰণৰ ভালৰ কাৰণে নীতি-নিয়মৰ নির্দে্শনা কৰা ধর্মীয় গ্রন্থ
							ఉదాహరణ : 
							মোৰ মায়ে আজৰি সময়ত শাস্ত্র অধ্যয়ন কৰে
							
పర్యాయపదాలు : ধর্মগ্রন্থ, ধর্মপুথি, পুথি, শাস্ত্র
అర్థం : যি শাস্ত্রত ধর্মৰ বিষয়ে অধ্যয়ন কৰা হয়
							ఉదాహరణ : 
							তেওঁ ধর্ম্্শাস্ত্রৰ স্নাতক