అర్థం : চিকাৰ কৰা ব্যক্তি
							ఉదాహరణ : 
							চিকাৰ নোপোৱাৰ কাৰণে চিকাৰী আজি সুদা হাতে উলটিল
							
పర్యాయపదాలు : ব্যাধ
అర్థం : চিকাৰৰ সৈতে জড়িত বা চিকাৰত কামত অহা
							ఉదాహరణ : 
							তেওঁ চিকাৰী কুকুৰটো শহাটোৰ পিছত লগাই দিলে
							
అర్థం : চিকাৰ কৰোঁতা
							ఉదాహరణ : 
							ঈগল এবিধ চিকাৰী চৰাই