అర్థం : উৎসাহ নোহোৱা অৱস্থা বা ভাব
							ఉదాహరణ : 
							নিৰুৎসাহৰ কাৰণে মই এই কামটো কৰিব নোৱাৰিলোঁ
							
పర్యాయపదాలు : অনুৎসাহ, উৎসাহহীনতা, নিৰুৎসাহ
అర్థం : উদ্যম বা পৰিশ্রমৰ অভাৱ
							ఉదాహరణ : 
							মেচিনৰ যুগত পৰিশ্রমহীনতাৰ প্রকোপ দিনে দিনে বাঢ়ি গৈ আছে
							
పర్యాయపదాలు : অনুদ্যম, পৰিশ্রমহীনতা