అర్థం : কোনো কথা বা বস্তু আদি পাবৰ কাৰণে কৰা ইচ্ছা
							ఉదాహరణ : 
							মোৰ কিবা খাবৰ মন গৈছে
							
పర్యాయపదాలు : অভিলাষ কৰা, ইচ্ছা যোৱা, বিচৰা, মন যোৱা
అర్థం : কোনো বস্তু বা কামৰ প্রতি হোৱা ইচ্ছা
							ఉదాహరణ : 
							পহৰাদাৰজনে ঘৰলৈ যাবলৈ ইচ্ছা কৰিছে
							
పర్యాయపదాలు : কামনা কৰা, প্রত্যাশা কৰা, মন কৰা