అర్థం : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণ নি্র্ণ্্য় কৰা
							ఉదాహరణ : 
							পুলিচে তথ্য সমূহৰ অনুসন্ধান কৰি আছে
							
పర్యాయపదాలు : অন্বেষণ কৰা, পৰীক্ষণ কৰা
అర్థం : কোনো বিষয়ৰ সত্যতা আৰু অসত্যতা নিৰূপণ কৰা
							ఉదాహరణ : 
							বৈজ্ঞানিকে কৃষ্ণ-গহ্বৰৰ বিষয়ে অনুসন্ধান কৰি আছে
							
అర్థం : কোনো ব্যক্তি, বস্তু, ঠাই আদি কʼত আছে চোৱা
							ఉదాహరణ : 
							পুলিচে হত্যাকাৰীক বিচাৰি ফুৰিছে
							
పర్యాయపదాలు : অন্বেষণ কৰা, বিচৰা