অর্থ : যʼত প্রভাৱ থাকে
উদাহরণ :
তেওঁ ্প্রভাৱশালী কন্ঠেৰে এই কামটো আজিয়েই হʼব লাগিব বুলি কʼলে
সমার্থক : প্রভাৱশালী
অর্থ : যাৰ বল বা শক্তি আছে
উদাহরণ :
অশোক এজন শক্তিশালী ৰজা আছিল তেওঁ ্জোৰদাৰ অভিনয় কৰিলে
সমার্থক : জোৰদাৰ
অর্থ : যাৰ বহুত বেছি প্রতাপ থাকে
উদাহরণ :
ৰাবন এজন প্রতাপী ৰজা আছিল
সমার্থক : প্রতাপশালী, প্রতাপী, বিক্রমী
অর্থ : অত্যন্ত পৰাক্রমী
উদাহরণ :
চিকন্দৰ শক্তিমন্ত ৰজাসকলৰ ভিতৰত এজন
সমার্থক : অপ্রতিহত, বিক্রমশালী, শক্তিমন্ত, ্দুর্জয়, ্পৰাক্রমী