অর্থ : কোনো পদ, মর্যাদা বা বিষয়ৰ বিষয়া হোৱা
উদাহরণ :
বিধায়কসকলে যোগীদেৱক ছত্তীশগড়ৰ প্রথম মুখ্যমন্ত্রী নিযুক্ত কৰিলে
সমার্থক : নিযুক্ত কৰা
অর্থ : কোনো বস্তুৰ অস্তিত্ব বা অৱয়ব প্রদান কৰা
উদাহরণ :
কুমাৰে কলহ নি্র্মাণ কৰে
সমার্থক : তৈয়াৰ কৰা, নি্র্মাণ কৰা, সজা
অর্থ : কোনো ৰূপলৈ অনা
উদাহরণ :
তেওঁ এই মহলটোক নিজৰ বাসস্থান বনালে