ଅର୍ଥ : চিত্রৰ ৰূপৰেখা তৈয়াৰ কৰাৰ কাৰণে ৰেখা অংকন কৰা কার্য
							ଉଦାହରଣ : 
							প্রথমতে এই চিত্রৰ ৰেখাংকন কৰা আৰু তাৰ পিছত ৰং কৰা
							
ସମକକ୍ଷ : ৰেখাঙ্কন
ଅର୍ଥ : ৰেখাৰে তৈয়াৰ কৰা কোনো বস্তুৰ চিত্র
							ଉଦାହରଣ : 
							শ্যামৰ ৰেখা-চিত্রখন বৰ ধুনীয়া হৈছে
							
ସମକକ୍ଷ : ৰেখা-চিত্র, ৰেখাঙ্কন
ଅର୍ଥ : সীমা নি্র্ধাৰিত কৰিবৰ কাৰণে ৰেখা টনা কার্য
							ଉଦାହରଣ : 
							শ্যামে খেলিবৰ কাৰণে খেলপথাৰৰ ৰেখাংকন কৰি আছে
							
ସମକକ୍ଷ : ৰেখাঙ্কন