ଅର୍ଥ : প্রতিযোগিতা, যুদ্ধ, খেল আদিত সফল নোহোৱাৰ কাৰণে হাতৰ পৰা তাৰ সৈতে সম্পর্কযুক্ত বস্তু যাবলৈ দিয়া
							ଉଦାହରଣ : 
							ৰামানাথে জুৱাত পাঁচ হাজাৰ টকা হাৰিলে
							
ଅର୍ଥ : যুদ্ধ, খেল, প্রতিযোগিতা আদিত প্রতিপক্ষৰ সন্মুখত বিফল হোৱা কার্য
							ଉଦାହରଣ : 
							মহাভাৰতৰ যুদ্ধত কৌৰৱ পক্ষ হাৰিছিল
							
ସମକକ୍ଷ : অসফল হোৱা, পৰাজিত হোৱা