ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : গাত হাত বুলাই দিয়া কাৰ্য বা এক অৱস্থা
ଉଦାହରଣ : হাত বুলোৱাৰ কাৰণে লʼৰাটো শুই গʼল
ଅର୍ଥ : কোনো বস্তু বা শৰীৰৰ অংগ আদিৰ ওপৰত লাহে-লাহে হাত ফুৰাই দিয়া কার্য
ଉଦାହରଣ : মাকে মৰমতে লʼৰা-ছোৱালীৰ গালত হাত বুলাইছে
ସଂସ୍ଥାପନ କରନ୍ତୁ