ଅର୍ଥ : নিজৰ ইচ্ছা অনুসৰি সকলো কাম কৰিব পৰাজন
							ଉଦାହରଣ : 
							কিছুমান লোকে স্বচ্ছন্দ জীৱনযাপন কৰিব বিচাৰে
							
ସମକକ୍ଷ : স্বচ্ছন্দ, স্বেচ্ছাচাৰী
ଅର୍ଥ : যি কোনো বেলেগৰ শাসন বা নিয়ন্ত্রণৰ অধীন নহয় আৰু নিজৰ কার্যৰ ্সঞ্চালন স্বয়ং কৰে
							ଉଦାହରଣ : 
							এই নিয়ম স্বতন্ত্র সংস্থাবোৰৰ ওপৰতো খাটে
							
ସମକକ୍ଷ : স্বায়ত্ত