ଅର୍ଥ : কোনো বস্তুৰ বঢ়া-টুটা, এৰা-ধৰা বা পৰি্ৱর্তন কৰিব পৰা গুণ
							ଉଦାହରଣ : 
							গছৰ পাতল পাতল ঠানিবোৰৰ স্থিতিস্থাপকতা গুণ আছে
							
ସମକକ୍ଷ : নমনীয়তা, পৰি্ৱর্তন্্সাধ্যতা
ଅର୍ଥ : স্থিতিস্থাপকতাৰ ভাব বা ক্রিয়া
							ଉଦାହରଣ : 
							স্থিতিস্থাপকতাৰ কাৰণে এই এছাৰিডাল বেঁ্কা হৈ গʼল