ଅର୍ଥ : মতা জীৱ-জন্তুৰ বী্র্যত ্ পোৱা জীৱাণু, যি ডিম্বাণুৰ সংযোগত নতুন জীৱৰ জন্ম দিব পাৰে
							ଉଦାହରଣ : 
							পুৰুষৰ বীর্যত শুক্রাণু পোৱা যায়
							
ସମକକ୍ଷ : শুক্রাণু
ଅର୍ଥ : শৰীৰৰ যি ধাতুৰ পৰা বল, শক্তি, কান্তি আদি আহে আৰু সন্তান উৎপন্ন হয়
							ଉଦାହରଣ : 
							তেওঁ বী্র্য সম্বন্ধীয় ৰোগত ভোগী আছে
							
ସମକକ୍ଷ : বী্র্য
ଅର୍ଥ : আপেক্ষিকভাৱে পৃথিৱীতকৈ সূর্যৰ বেছি ওচৰত থকা সৌৰজগতৰ এটা গ্রহ
							ଉଦାହରଣ : 
							বৈজ্ঞানিকসকলে শুক্র-গ্রহৰ বিষয়ে অধিক জানিবলৈ গৱেষণা কৰি আছে
							
ସମକକ୍ଷ : শুকুৰ, শুক্র-গ্রহ