ଅର୍ଥ : জুইৰ ওপৰত বহুৱাই ভাপ আদিৰ ৰূপত পৰিণত কৰা
							ଉଦାହରଣ : 
							ৰজনীয়ে আঞ্জাখন ডাঠ কাৰণে কেৰাহীৰ পানীখিনি শুকোৱালে
							
ସମକକ୍ଷ : বাষ্পীভূত কৰা
ଅର୍ଥ : আদ্রতা দূৰ কৰা
							ଉଦାହରଣ : 
							অমচুৰ বনাবলৈ কেঁ্চা আম শুকুৱাই লোৱা হয়
							
ଅର୍ଥ : সজীৱতা বা সতেজতা ভাব নথকা
							ଉଦାହରଣ : 
							অত্যধিক গৰমৰ কাৰণে সৰু-সৰু গছবোৰ শুকাইছে
							
ଅର୍ଥ : পানী, আদ্রতা আদি নথকা বা কমকৈ থকা
							ଉଦାହରଣ : 
							অত্যধিক গৰমৰ কাৰণে সৰু সৰু পুখুৰীবোৰ শুকাই গৈছে
							
ସମକକ୍ଷ : শুকাই যোৱা